কাইলৈ মহাষষ্ঠী। ৰাজ্যজুৰি দুৰ্গোৎসৱৰ আয়োজন তুংগত। ঢাক-ঢোলৰ শব্দত গুঞ্জৰিত হ’ব আকাশ-বতাহ। সকলোতে আকৰ্ষণীয় পূজা মণ্ডপে দৃষ্টি কাঢ়িছে ৰাইজৰ। ক’ৰবাত যদি বাঁহৰ প্ৰতিমা, আন ক’ৰবাত প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা। ক’ৰবাত যদি চন্দ্ৰযান 2, আন ক’ৰবাত অৱতাৰ ছবিৰ আৰ্হিত চকুত লগা মণ্ডপ।
#NewsLive #AssamNews
Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:
#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Durga Puja,Durga Puja 2019,Durga Puja Preparations,Maha Sasthi,News Live Primetime News,Primetime News,News Live Assam,News Live,Assam News,Assam,
0 Comments