Advertisement

Toll Gates to become functional in Assam soon

Toll Gates to become functional in Assam soon ৰাজ্যত শীঘ্ৰে আৰম্ভ হ’ব টোলগেট। টোলগেট অবিহনে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি সম্ভৱ নহয়। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ বাবে ধন নিদিয়ে। সেয়ে টোলগেট আৰম্ভ কৰাৰ বাবে যো-জা চলাইছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে পত্ৰ। টোলগেটৰ বিকল্প নাই বুলি বিধানসভাত মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। আনহাতে ছিণ্ডিকেট সন্দৰ্ভত CBIক তদন্তৰ দায়িত্ব অৰ্পন কৰা বুলি সদনত ঘোষণা মন্ত্ৰী পাটোৱাৰীৰ।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Toll Gate,NH Toll Gate,Assam Toll Gate,Toll Gates Assam,Chandra Mohan Patowary,Assam News,Assam,

Post a Comment

0 Comments