Advertisement

Differently-abled girl plies e-rickshaw, contributes towards family’s expenses

Differently-abled girl plies e-rickshaw, contributes towards family’s expenses প্ৰৱল আত্মবিশ্বাসেৰে জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈছে এগৰাকী বিশেষভাৱে সক্ষম যুৱতী। পৰিয়াল পোহপাল দিয়াৰ বাবে ৰিক্সা চলাই এইগৰাকী যুৱতীয়ে। বকোৰ কৰিশ্মা খাতুন নামৰ যুৱতীগৰাকীয়ে বেটাৰীচালিত ৰিক্সা চলাই পোহপাল দিছে পৰিয়ালটোক। শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি কৰিশ্মাই দাঙি ধৰিছে বিৰল দৃষ্টান্ত।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Differently-abled Girl,E-Rickshaw,Role Model,Karishma Khatun,Assam News,Boko Assam,Assam,Guwahati News,

Post a Comment

0 Comments