Advertisement

DY365ৰ সফল STING OPERATION - Ten percent commission

DY365ৰ সফল STING OPERATION - Ten percent commission মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ ভূমি সংৰক্ষণ বিভাগৰ অধীনস্থ এটা নিগমত ডিৱাই365য়ে চলাইছিল এক ষ্টিং অপাৰেশ্যন। ১০ শতাংশ কমিছনৰ বিনিময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ দৰমহা মোকলাই দিয়াৰ তথ্য উন্মোচন হৈছিল ষ্টিং অপাৰেশ্যত। ডিৱাই365ৰ এই ষ্টিং অপাৰেশ্যনৰ পিছত তদন্ত ঘোষণা বিভাগীয় মন্ত্ৰীৰ।

commission

Post a Comment

0 Comments