আৰক্ষীৰ তালাচীৰ সন্মুখতে গুৱাহাটী মহানগৰীত সংঘটিত হ’ল ভয়ংকৰ বিস্ফোৰণ। উগ্ৰপন্থীয়ে উদঙালে মহানগৰ আৰক্ষীৰ ফোপোলা স্বৰূপ। প্ৰশ্ন উঠিছে উগ্ৰপন্থীৰ কূটাঘাতৰ আশংকাত হাইএলাৰ্ট জাৰি কৰাৰ পিছতো কিমান সতৰ্ক আছিল মহানগৰ আৰক্ষী। ৰাইজৰ অভিযোগ উগ্ৰপন্থী বিচাৰি নহয়, ধন সংগ্ৰহৰ বাবেহে আৰক্ষীয়ে চলায় তালাচী। Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
#NewsLive #Assam
Visit our website for all news updates:

0 Comments